Rupaliparda.com
Girish Karnad

গিৰিশ কাৰ্নাডৰ মৃত্যুঃ শোকস্তদ্ধ দেশবাসী –

এগৰাকী সফল অভিনেতা, পৰিচালক তথা লিখক গিৰিশ কাৰ্নাডৰ মৃত্যু। শোকস্তদ্ধ শিল্পীসমাজ। টেলিভিছন পৰ্দাত প্ৰচাৰিত ধাৰাবাহিক “মালগুড়ী ডেইছ”, আৰু “ইন্দ্ৰধনুশ” ৰ পৰাই তেওঁক জনসাধাৰণে অভিনেতাৰূপে চিনি পাব লৈছিল। পদ্মশ্ৰী, পদ্মভূষণৰ লগতে জননপীঠ আদি বঁটাৰে বিভূষিত অভিনেতা গৰাকীয়ে বাংগালুৰস্থিত নিজ বাসগৃহত ৮১ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে। তেওঁৰ মৃত্যুত কৰ্ণাটকৰ চৰকাৰে সোমবাৰে স্কুল/কলেজ লগতে চৰকাৰী কাৰ্যালয় সমূহ বন্ধ দিয়াৰ ঘোষণা কৰে।

১৯৩৮ চনত মহাৰাষ্ট্ৰত জন্মগ্ৰহণ কৰা গিৰিশ কাৰ্নাড ডাঙৰ-দীঘল হয় কৰ্ণাটকত অৱস্থিত “চিৰছি” আৰু “ধাৰৱাড” নামে ঠাইত। উক্ত স্থানতেই নাটক অথবা থিয়েটাৰৰ প্ৰতি মনত ৰাপৰ সৃষ্টি হোৱা অভিনেতা গৰাকীয়ে ১৯৬১ চনৰ পৰা ১৯৭১ চনলৈ এবছৰৰ ভিতৰত লিখি উলিয়াই তিনিখনকৈ সম্পূৰ্ণ নাট ক্ৰমে “য়ায়াতি”, “টুঘলাক” আৰু “হায়াবাদানা”। নাট সমূহ কাৰ্নাডে কন্নড় ভাষাত লিখে আৰু সেইসমূহ পিছলৈ ইংৰাজী আৰু অইন ভিন্ন ভাষালৈ ৰূপান্তৰিত কৰা হয়।থিয়েটাৰৰ “লিজেণ্ড” খ্যাত ইব্ৰাহিম আলকাজি, আল-ইউক পদমছি আৰু সত্যজিৎ ডুবেই তেওঁৰ নাট সমূহ পৰিচালনা কৰিছিল

১৯৭০ চনত মুক্তিপ্ৰাপ্ত “মচাকাৰা” নামে কন্নড় চিনেমাৰ পৰা নিজৰ কেৰিয়াৰ আৰম্ভ কৰা কাৰ্নাডে পিছলৈ “নিশান্ত”, “মন্থন”, “ড’ৰ” কে ধৰি “স্বামী” আদি হিন্দী চিনেমাত অভিনয় প্ৰদৰ্শন কৰে। চলমান খানৰ ব্লকব্লাষ্টাৰ চিনেমা “এক থা টাইগাৰ”, আৰু “টাইগাৰ জিন্দা হে” টো দেখা পোৱা যায় অভিনতো গিৰিশ কাৰ্নাডক। তেওঁ নিজৰ কৰ্মজীৱনত “ভমসা বৃক্সা” ৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ পৰিচালক আৰু “ভূমিকা” ৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰে। উল্লেখ্য যে,জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত অসমীয়া বোলছবি “অপৰূপা” ত গিৰিশ কাৰ্নাডে অভিনয় কৰিছিল।

তেওঁৰ মৃত্যুত সমষ্ট শিল্পীসমাজ শোকস্তদ্ধ হোৱাৰ লগতে সমগ্ৰ ৰাজ্যতে কান্দোনৰ ৰোল উঠিছে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি বহু অভিনেতা-অভিনেত্ৰীয়ে গিৰিশ কাৰ্নাডৰ মৃত্যুত টুইট কৰে।

13 comments

Leave a Reply

  • Hello my loved one! I want to say that this post is amazing, great written and
    include almost all important infos. I would like to peer more
    posts like this .

  • Remarkable things here. I am very satisfied to peer your article.
    Thanks a lot and I am taking a look forward to touch you.
    Will you kindly drop me a e-mail?

  • I’m truly enjoying the design and layout of your site.
    It’s a very easy on the eyes which makes it much more
    pleasant for me to come here and visit more often. Did you hire out a designer to create your theme?
    Fantastic work!

  • If you would like to improve your experience simply keep visiting this web page and
    be updated with the newest news update posted here.

  • Hello everyone, it’s my first pay a quick visit at this site, and post
    is actually fruitful for me, keep up posting these articles.

  • I like the valuable info you provide in your articles. I’ll bookmark your weblog and check again here frequently.
    I’m quite sure I will learn many new stuff right here! Good luck for the next!

  • This is very interesting, You are a very skilled blogger.

    I have joined your rss feed and look forward to seeking more of
    your great post. Also, I have shared your web site in my social networks!

  • Hi, I do believe this is a great website. I stumbled upon it 😉 I’m going to revisit once again since I
    book marked it. Money and freedom is the best way to change, may you be rich and continue to help others.

  • Hi there! I know this is kind of off topic but I was wondering if you knew where I
    could get a captcha plugin for my comment form?
    I’m using the same blog platform as yours and I’m having problems finding one?
    Thanks a lot!

  • Do you mind if I quote a few of your articles as long as I provide credit and sources back to your website?

    My website is in the exact same niche as yours and my users would truly benefit from a lot of the information you provide here.
    Please let me know if this alright with you. Thank you!

  • Having read this I believed it was extremely informative.
    I appreciate you taking the time and energy to put this short article together.

    I once again find myself spending way too much time both reading and posting comments.
    But so what, it was still worthwhile!

  • Helpful information. Lucky me I discovered your website accidentally, and I’m shocked why this twist of fate didn’t happened
    in advance! I bookmarked it.

The Ultimate Managed Hosting Platform