Rupaliparda.com

|| ২৭ গাড়ী কঁপাহ আৰু কিছু কথা || –উৎপল মেনা

27 Wagons Full of Cotton –টেনেচি উইলিয়ামছৰ নাটক। অসমীয়া অনুবাদ: ২৭ গাড়ী কঁপাহ। মূল নাটক খন পঢ়া নাই, গতিকে নাজানিম– অনুবাদ কৰোতে, নাটক খনৰ অনুবাদক সুৰেশ কুমাৰে কিমান স্বাধীনতা লৈছে বা লোৱা নাই।...

লৰ্ড দাসৰ নতুন চিনেমা–উৎপল মেনা

৪ এপ্ৰিল। কালি উপস্থিত আছিলোঁ এখন অসমীয়া চিনেমাৰ শুভ মহুৰৎ অনুষ্ঠানত। পৰিচালক লৰ্ড দাসে আমন্ত্ৰণ কৰিছিল কেমেৰাৰ ছুইচ অন কৰিবলৈ। চিনেমা খনৰ পৰিচিলক গৰাকীয়ে আঁতধৰা অনুষ্ঠানটিত নাৰিকল ভাঙি মংগল কামনা কৰে সংগীত...

|| ইতি তোমাৰ: চিনে চৰ্চা || –উৎপল মেনা

“ইতি তোমাৰ” –এখন অসমীয়া চিনেমা। পাৰৱেজ আহমেদৰ প্ৰথম (পূৰ্ণদৈৰ্ঘ) পৰিচালনা। চিনেমা খন চোৱাৰ পাছতে (জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত। ২৩ মাৰ্চ ২০২৪।) আমি দৃশ্য মাধ্যমৰ এগৰাকী...

Editor’s pick

পৰিয়ালৰ সৈতে আইমীয়ে উদযাপন কৰিলে নিজ জন্মদিনঃ 22

পৰিয়ালৰ সৈতে আইমীয়ে উদযাপন কৰিলে নিজ জন্মদিনঃ

২০০১ চনত নৱম শ্ৰেণীত অধ্যয়নৰত হৈ থকা অৱস্থাতেই নিজৰ অভিনয় জীৱনৰ পাতনি মেলা আইমী বৰুৱা বৰ্তমান সময়ৰ এগৰাকী অসমীয়া চলচিত্ৰ জগতৰ আটাইতকৈ মোহময়ী তথা জনপ্ৰিয় অভিনেত্ৰী। ছবি, মিউজিক ভিডিঅ’, ভিচিডি, ধাৰাবাহিক আদি সকলোতে...

“কাঞ্চনজংঘা” ক ক’লে “মূৰৰ বিষ”ঃ দিলে ৫ ষ্টাৰৰ ভিতৰত ১.৫ ষ্টাৰ-

“ৰত্নাকৰ” ৰ সফলতাত এতিয়া ব্যস্ত প্ৰত্যেকজন। “কাঞ্চনজংঘা” ৰ সফলতাই সাম কটাৰ আগেয়ে “ৰত্নাকৰ” ৰ বহু কোটি টকীয়া বস্ক অফিচ কালেকছনে অসমীয়া উদ্যোগটোক এক নতুন গতি দিয়াত অৰিহণা যোগাইছে।...

৯০ শতিকাৰ “দেৱদাস” ৰ প্ৰেমৰ আহ্বানঃ

জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিছতেই যদি প্ৰাক-স্বাধীনতা কালৰ এগৰাকী পৰিচালকৰ নাম ল’বলগীয়া হয় তেতিয়াহ’লে সেইজন হ’ব প্ৰমথেশ চন্দ্ৰ বৰুৱা। তেওঁৰ পৰিচালনাৰে ১৯৩৫ চনত বাংলা ভাষাত মুক্তি প্ৰাপ্ত...

This week’s hottest

Wide Angle

|| ৱাইড এংগল ||–উৎপল মেনা

  “ৱাইড এংগল” — চালোঁ। জয়ন্ত নাথৰ পৰিচালনা। ড৹ নগেন শইকীয়াৰ গল্প “ষ্টাফ ৰিপ’ৰ্টাৰৰ ছবি”ৰ আধাৰত পংকজজ্যোতি ভূঞাই ৰচনা কৰিছে চিনেমা খনৰ চিত্ৰনাট্য। ৰূপালী গল্পটোৰ কাহিনীৰ প্ৰথম বিন্দু...

দ্য লাষ্ট অ’নাৰ - এক অন্য জীৱনৰ উপস্থাপন 41

দ্য লাষ্ট অ’নাৰ – এক অন্য জীৱনৰ উপস্থাপন

“দীর্ঘদিন ধৰি কেতিয়াবা কষ্টিউম ডিজাইনাৰ হিচাপে, কেতিয়াবা মুখ্য সহকাৰী পৰিচালক হিচাপে আৰু কেতিয়াবা প্ৰযোজক হিচাপে অসমীয়া চলচিত্ৰৰ সৈতে জড়িত হৈ আছিলোঁ। প্রথমবাৰৰ বাবে নিজাকৈ এখন চলচিত্ৰ পৰিচালনা কৰাৰ পাছত সেইখন চলচ্চিত্রই...

Latest articles