Rupaliparda.com

|| ২৭ গাড়ী কঁপাহ আৰু কিছু কথা || –উৎপল মেনা

27 Wagons Full of Cotton –টেনেচি উইলিয়ামছৰ নাটক। অসমীয়া অনুবাদ: ২৭ গাড়ী কঁপাহ। মূল নাটক খন পঢ়া নাই, গতিকে নাজানিম– অনুবাদ কৰোতে, নাটক খনৰ অনুবাদক সুৰেশ কুমাৰে কিমান স্বাধীনতা লৈছে বা লোৱা নাই।...

লৰ্ড দাসৰ নতুন চিনেমা–উৎপল মেনা

৪ এপ্ৰিল। কালি উপস্থিত আছিলোঁ এখন অসমীয়া চিনেমাৰ শুভ মহুৰৎ অনুষ্ঠানত। পৰিচালক লৰ্ড দাসে আমন্ত্ৰণ কৰিছিল কেমেৰাৰ ছুইচ অন কৰিবলৈ। চিনেমা খনৰ পৰিচিলক গৰাকীয়ে আঁতধৰা অনুষ্ঠানটিত নাৰিকল ভাঙি মংগল কামনা কৰে সংগীত...

|| ইতি তোমাৰ: চিনে চৰ্চা || –উৎপল মেনা

“ইতি তোমাৰ” –এখন অসমীয়া চিনেমা। পাৰৱেজ আহমেদৰ প্ৰথম (পূৰ্ণদৈৰ্ঘ) পৰিচালনা। চিনেমা খন চোৱাৰ পাছতে (জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত। ২৩ মাৰ্চ ২০২৪।) আমি দৃশ্য মাধ্যমৰ এগৰাকী...

Editor’s pick

"নাৰী কেন্দ্ৰিক" অসমীয়া ছবিঃ 22

“নাৰী কেন্দ্ৰিক” অসমীয়া ছবিঃ

জ্যোতিপ্ৰসাদৰ “জয়মতী” ৰে আৰম্ভ হোৱা অসমীয়া চলচিত্ৰৰ ধাৰাই এক বৰ্ণিল পৰিক্ৰমা অতিক্ৰম কৰিছে। অসমীয়া চলচিত্ৰত “নাৰী” কেন্দ্ৰিক চিনেমা নিৰ্মাণ কৰা হৈছিল “জয়মতী” পৰাই। নাৰীৰ মনস্তাত্বিক...

“গৰু” ৱে ৰূপায়ন কৰিব মূখ্য চৰিত্ৰঃ আকৌ এবাৰ ব্যতিক্ৰমী চিন্তাৰে হিমাংশু প্ৰসাদ দাস-

এতিয়ালৈ আপোনালোকে এখন ছবিত নায়ক/ নায়িকাৰ বাহিৰেও এটা ঘৰচীয়া জন্তুক মূখ্য চৰিত্ৰত দেখিবলৈ পাম বুলি ভাবিছিল নে?? নিশ্চয় নাই ভবা; কাৰণ ই একেইবাৰে “গছত গৰু উঠা কথা”। কিন্তু, এইবাৰ গছত “গৰু” উঠাই এই...

|| ৰাফ cut : অদম্য , ববী শৰ্মা বৰুৱা … ||-উৎপল মেনা

অদম্য ‘ ৰ (২০১৪) ৰ কাহিনী আগবাঢ়ে জুৰি (প্ৰণামী বৰা)ক কেন্দ্ৰ কৰি । বিষয়বস্তু : এইড্‌ছ ৰোগ সমস্যা । কোনো দোষ নাছিল জুৰিৰ । সুন্দৰ সপোন লৈ বিয়াত বহিছিল । গাৱৰ জুৰি চহৰ পাইছিল এগৰাকী অভিযন্তাৰ সৈতে বিয়া হৈ। বিয়াৰ ৬...

This week’s hottest

Wide Angle

|| ৱাইড এংগল ||–উৎপল মেনা

  “ৱাইড এংগল” — চালোঁ। জয়ন্ত নাথৰ পৰিচালনা। ড৹ নগেন শইকীয়াৰ গল্প “ষ্টাফ ৰিপ’ৰ্টাৰৰ ছবি”ৰ আধাৰত পংকজজ্যোতি ভূঞাই ৰচনা কৰিছে চিনেমা খনৰ চিত্ৰনাট্য। ৰূপালী গল্পটোৰ কাহিনীৰ প্ৰথম বিন্দু...

দ্য লাষ্ট অ’নাৰ - এক অন্য জীৱনৰ উপস্থাপন 41

দ্য লাষ্ট অ’নাৰ – এক অন্য জীৱনৰ উপস্থাপন

“দীর্ঘদিন ধৰি কেতিয়াবা কষ্টিউম ডিজাইনাৰ হিচাপে, কেতিয়াবা মুখ্য সহকাৰী পৰিচালক হিচাপে আৰু কেতিয়াবা প্ৰযোজক হিচাপে অসমীয়া চলচিত্ৰৰ সৈতে জড়িত হৈ আছিলোঁ। প্রথমবাৰৰ বাবে নিজাকৈ এখন চলচিত্ৰ পৰিচালনা কৰাৰ পাছত সেইখন চলচ্চিত্রই...

Latest articles