rupaliparda.com
এটা দশকৰ জনপ্ৰিয় উৰ্মিলাৰ জন্মদিনঃ বৰ্তমানেও জনপ্ৰিয় "চাম্মা-চাম্মা"- | Rupaliparda.com
বি-টাউন অভিনেত্ৰী সমূহৰ মাজত সেইটো সময়ৰ জনপ্ৰিয় এগৰাকী অভিনেত্ৰী আছিল উৰ্মিলা মাতোণ্ডকৰ। কমেডী নাইবা গহীন, মূখ্য নায়িকা অথবা ভিলেইন; সকলো চৰিত্ৰৰ দ্বাৰা