rupaliparda.com
ভেলেন্টাইনৰ পূৰ্বে প্ৰেমৰ গীত "জোনাক নিশা"- | Rupaliparda.com
ইংৰাজী ফেব্ৰুৱাৰী মাহটো প্ৰত্যেকেই "প্ৰেমৰ মাহ" বুলি কয়। প্ৰেমৰ সুবাসেৰে সুবাষিত হৈ পৰে এই মাহটো। "প্ৰেমৰ বিশেষ দিন" টোও উদযাপন কৰা হয় এই ফেব্ৰুৱাৰী মাহটোতেই।