rupaliparda.com
যুৱ-প্ৰজন্মৰ হৃদয়ৰ ৰাণী দীপলিনাৰ জন্মদিনঃ | Rupaliparda.com
অসমীয়া গায়িকাৰ তালিকাখনত বৰ্তমান দীপলিনা ডেকা হৈছে প্ৰত্যেকজন ডেকাৰ মনৰ ৰাণী। তেওঁৰ হাঁহি অথবা এটা চকুৰ চাঁৱনিয়ে যথেষ্ট; একোজন ডেকাৰ হৃদয় চুই যাবলৈ। নহয়নে?