rupaliparda.com
জুবিন গাৰ্গৰ কন্ঠৰে আকৌ এক নতুন গীত "অধৰে"- | Rupaliparda.com
জুবিনৰ এষাৰ মাত বা এটা গীতৰ বাবেই তেওঁৰ অনুৰাগীয়ে প্ৰত্যেকটো সময়ত অপেক্ষা কৰি থকা দেখিবলৈ পোৱা যায়। নকৰিবইনো কিয়? তেওঁৰ কন্ঠৰ একোটা গীতে জনসাধাৰণক ইমানেই বেছি