rupaliparda.com
২৮ ফেব্ৰুৱাৰীত অনুৰাগ শইকীয়াৰ "প্ৰজেক্ট বৰগীত"- | Rupaliparda.com
ঘোষণা কৰা হ'ল অনুৰাগ শইকীয়াৰ সপোন "প্ৰজেক্ট বৰগীত" ৰ মুক্তিৰ তাৰিখ। বহু প্ৰত্যাশিত অনুৰাগ শইকীয়াৰ এই প্ৰকল্পটি মুক্তি লাভ কৰিব চলিত মাহৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে।