rupaliparda.com
'৮৩ ছবিত ৰোমী দেৱৰ ফাৰ্ষ্ট লুক পোষ্টাৰঃ | Rupaliparda.com
মুক্তিৰ পূৰ্বেই '৮৩ ছবিখনে লাভ কৰিছে চৰ্চা। পৰিচালক কৱীৰ খানে যেতিয়াই এই ছবিখনৰ আনুষ্ঠানিক ঘোষণা কৰিছিল তেতিয়াৰ পৰাই দৰ্শক উৎসাহিত হৈ পৰিছিল ছবিখনক লৈ।