rupaliparda.com
প্ৰিয়ংকাৰ কন্ঠৰে ৰোমান্টিক গীত "এবাৰ চোৱানা"- | Rupaliparda.com
অসমৰ এগৰাকী জনপ্ৰিয় কন্ঠশিল্পী; যি গৰাকীৰ প্ৰত্যেকটো গীতেই বৰ্তমান জনপ্ৰিয়। ইটোৰ পিছত সিটো গীতৰ সৈতে তেওঁ এতিয়া ৰাজত্ব কৰে প্ৰায় প্ৰত্যেকগৰাকী শ্ৰোতাৰ হৃদয়ত।