rupaliparda.com
একে দিনাই মুক্তিপ্ৰাপ্ত নিজ নিজ ছবিক লৈ উৎসাহী বিকি-আয়ূসঃ | Rupaliparda.com
বলীউডৰ দুগৰাকী জনপ্ৰিয় অভিনেতাৰ ছবি দুয়োখন একেটা দিনতে মুক্তি পাবলৈ সাজু হৈছে। বিকি কৌশল তথা আয়ূসমান খুৰানা অভিনীত দুয়োখন ছবিক লৈয়ে উৎসাহিত হৈ আছে দৰ্শক সকলো।