rupaliparda.com
"হাজো মন্দিৰ" ৰ বিষয়ে আলোচনা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতঃ | Rupaliparda.com
অসমত এনে কিছু ঠাই আছে যিসমূহক প্ৰাধান্য অসমৰ জনসাধাৰণৰ লগতে দূৰ দূৰণিৰ পৰা অহা পৰ্যটক সকলেও দিয়ে। এনে ঠাই সমূহৰ ভিতৰত উল্লেখ্যনীয় এক ঠাই হৈছে হাজো মন্দিৰ।