rupaliparda.com
মাৰ্চত অনুষ্ঠিত "চলচিত্ৰ্ম নেচনেল ফিল্ম ফেষ্টিভেল"- থাকিব "মত বিনিময়" অনুষ্ঠানঃ | Rupaliparda.com
চলিত বৰ্ষৰ মাৰ্চ মাহৰ প্ৰথমটো সপ্তাহত অনুষ্ঠিত হ'ব "চলচিত্ৰ্ম নেচনেল ফিল্ম ফেষ্টিভেল"। ৬ মাৰ্চৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব এই ছবি মহোৎসৱখনি।