rupaliparda.com
তাপসি পান্নুকে ধৰি হেমা মালিনীলৈ; সকলোৱে দিলে "নাৰী দিৱস" ৰ শুভকামনাঃ | Rupaliparda.com
আজি অৰ্থাৎ ৮ মাৰ্চৰ দিনাখন সমগ্ৰ দেশত "আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস" পালন কৰা হয়। চচিয়েল মিডিয়াত সকলোৱে মহিলা সকলক "নাৰী দিৱস" ৰ শুভকামনা দিয়া দেখিবলৈ পোৱা যায়।