rupaliparda.com
প্ৰথম অসমীয়া ছবি "জয়মতী" য়ে অতিক্ৰম কৰিলে ৮৫ টা বৰ্ষঃ | Rupaliparda.com
অসমীয়া ছবি ক্ষেত্ৰ খনৰ বাবে আজি এক বিশেষ দিন। ১৯৩৫ চনৰ আজিৰ দিনটোতেই মুক্তি লাভ কৰিছিল প্ৰথমখন অসমীয়া ছবি "জয়মতী"। "জয়মতী" ছবিখনে আজি সগৌৰৱেৰে অতিক্ৰম কৰিলে