rupaliparda.com
দীপালী বৰঠাকুৰ-নীলপৱন বৰুৱাৰ প্ৰেমৰ কাহিনীৰে অসমীয়া ছবিঃ | Rupaliparda.com
পদ্মশ্ৰী সন্মান, অসম চৰকাৰৰ শিল্পী বঁটা, লিঅ' এক্সপো শিল্পী সন্মান লগতে আইদেউ সন্দিকৈ বঁটা লাভ কৰা দীপালী বৰঠাকুৰ হৈছে অসমীয়া সংগীত জগত খনৰ এটা চিনাকী নাম।