rupaliparda.com
"ফাগুনৰ আকাশক আজি" গীতেৰে আকৌ ৰূপম ভূঞাৰ জনপ্ৰিয়তাঃ | Rupaliparda.com
শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত ৰূপম ভূঞাৰ এটি নতুন গীতে আকৌ এবাৰ শ্ৰোতাৰ হৃদয় চুবলৈ সক্ষম হয়। "ফাগুনৰ আকাশক আজি" শীৰ্ষক ৰোমান্টিক গীতটি এতিয়া পচন্দ কৰিছে বহুলোকে।