rupaliparda.com
দীপিকাক ক'লে স্বামী ৰণৱীৰে "বেবী, দয়া কৰা"- | Rupaliparda.com
বলীউডৰ জনপ্ৰিয় বিবাহিত যুঁটি সমূহৰ ভিতৰত উল্লেখনীয় যুঁটিটো হৈছে ৰণৱীৰ সিং আৰু দীপিকা পাডুকনৰ। পাৰ্টী অথবা কোনো অনুষ্ঠানত প্ৰায়ে ৰণৱীৰে পত্নী দীপিকাৰ প্ৰশংসা