rupaliparda.com
সন্দেহজনক ইনষ্টাগ্ৰাম পোষ্ট আৰমান মালিকৰঃ কিয় মানসিক কষ্টত ভুগিছে কন্ঠশিল্পী গৰাকী?? | Rupaliparda.com
"মে ৰহু য়া না ৰহু", "বল দো না জাৰা, "হা তুম মেৰে পাস ৰহো", বজহ তুম হো" ৰ দৰে কেইবাটাও জনপ্ৰিয় গীতত কন্ঠদান কৰা কন্ঠশিল্পী আৰমান মালিকৰ হৈছে মানসিক অশান্তি।