rupaliparda.com
ইঞ্জিনিয়াৰিং প্ৰবৃত্তি এৰি সাংস্কৃতিক জগতত সোমাই পৰা দীপলিনাঃ ইটোৰ পিছত সিটো জনপ্ৰিয় গীতৰ মুক্তি- | Rupaliparda.com
অসমীয়া সংগীত জগতত কেইগৰাকীমান এনে শিল্পী আছে; যাৰ কোনো এটা গীতৰ মুক্তিৰ খবৰে উৎসাহিত কৰি তোলে শ্ৰোতাক। এনে শিল্পী সমূহৰ ভিতৰত এগৰাকীৰ নাম হৈছে দীপলিনা ডেকা।