rupaliparda.com
দৰ্শকৰ ভোকঃ "আমিষ" য়ে আনিছিল নতুন সোঁৱাদ- | Rupaliparda.com
এটা নতুন কনচেপ্ট, ব্যতিক্ৰমী কাহিনীৰে সৈতে বিগত বছৰত মুক্তি লাভ কৰিছিল এখন অসমীয়া ছবি "আমিষ"। একঘেয়ামী প্ৰেম কাহিনীক এৰি এটা ব্যতিক্ৰমী কাহিনীৰ সৈতে মুক্তি