rupaliparda.com
পৰিচালক চিম্পল গগৈৰ প্ৰথম ছবি "তুমি যদি কোৱা"- | Rupaliparda.com
২০১৩ চনত মুক্তিপ্ৰাপ্ত এখন সংগীতধৰ্মী অসমীয়া ছবি হৈছে "তুমি যদি কোৱা"। ৰোমান্টিক ধৰ্মী ড্ৰামা এই ছবিখনৰ পৰিচালনা, সংলাপ আৰু চিত্ৰনাট্য আছিল চিম্পল গগৈৰ।