rupaliparda.com
ক'ৰ'ণা ভাইৰাছক ৰুধিবলৈ থাকক ঘৰত আৰু চাওঁক অসমীয়া ছবিঃ | Rupaliparda.com
পৃথিৱীৰ প্ৰত্যেকজন লোক বৰ্তমান নিজ ঘৰত আবদ্ধ। ঘৰতেই বহি প্ৰায়ে কৰিছে নিজ অফিচৰ কাম তথা কিছুৱে কটাইছে নিজৰ লগত অকণমান সময়। ক'ৰ'ণা ভাইৰাছৰ সংহাৰী ৰূপৰ পিছত