rupaliparda.com
৮০ টা পৰিয়ালৰ প্ৰয়োজনীয় খাদ্যৰ যোগান ধৰিছে শিল্পী মানস ৰবীনেঃ | Rupaliparda.com
অসমীয়া শিল্পী মানস ৰবীনৰ মহানুভৱতা। "ক'ৰ'ণা ভাইৰাছে" প্ৰত্যেকজন জনসাধাৰণক আতংকিত কৰি তোলা পিছতো কিন্তু অসমীয়া শিল্পী সমাজৰ একাংশই পাহৰা নাই সামাজিক দায়বদ্ধতা।