rupaliparda.com
অকল কিয়াৰা নহয়; এইবাৰ সেউজীয়া পাতৰ আঁৰত দেখা গ'ল ডব্বু-কিয়াৰাক একেলগেঃ | Rupaliparda.com
কিয়াৰা আদৱানী তথা ডব্বু ৰতনানীৰ ফটো শ্বুটটো নিশ্চয় আপোনালোকৰ মনত আছে; য'ত এখন সেউজীয়া পাতৰ আঁৰ লৈ উঠা কিয়াৰা আদৱানীৰ ফটোখনে চচিয়েল মিডিয়াত খলকনি লগাইছিল।