rupaliparda.com
এইবাৰ মুখত সংলাপ নহয়; আছে "Mouth Organ" হেঃ ৰবি শৰ্মাৰ নতুন প্ৰতিভা- | Rupaliparda.com
"লক-ডাউন" ৰ আজি অষ্টমটো দিন। "কভিড-১৯" ৰ আতংকত এতিয়াও ঘৰৰ বাহিৰ ওলাবলৈ সক্ষম হোৱা নাই জনসাধাৰণ। পোন প্ৰথমবাৰৰ বাবে অসমতো ধৰা গ'ল "ক'ৰ'ণা ভাইৰাছ" ত আক্ৰান্ত