rupaliparda.com
"Iphone" ৰে শ্বুটিং কৰিম বুলি উৎসাহতেই কৈছিলো যদিও পিছলৈ প্ৰত্যাহ্বান বোৰ আহিছিল"- কুলনন্দিনী মহন্ত | Rupaliparda.com
আগন্তুক অসমীয়া ছবিসমূহৰ খবৰে আছলতে অসমীয়া চলচিত্ৰ প্ৰেমী প্ৰত্যেকজন জনসাধাৰণক উৎসাহিত কৰি তোলে। তাৰে ভিতৰত যদি কোনো এখন ছবিৰ সৈতে ভাস্কৰ হাজৰিকা জড়িত হৈ থাকে;