rupaliparda.com
লুকাই কৰিলে আমিৰ খানে দুখীয়াক সহায়ঃ দিলে চৰকাৰক অনুদান- | Rupaliparda.com
"কভিড১৯" ৰ বিপদৰ সময়ছোৱাত বিভিন্নজন বলীউডৰ তাৰকাই সহায় সহযোগিতা তথা অনুদান আগবঢ়ালেও এনেক্ষেত্ৰত দৰ্শক অধিক ব্যস্ত হৈ পৰে তিনি খানৰ অনুদানৰ বিষয়ে জানিবলৈহে।