rupaliparda.com
কিশোৰ কুমাৰ আছিল "আনন্দ" ছবিৰ প্ৰথম পচন্দঃ কিন্তু গেটমেনে খেদিলে পৰিচালকক- | Rupaliparda.com
হিন্দী ছবিসমূহৰ ভিতৰত এখন উল্লেখনীয় ছবি আছিল "আনন্দ"। এই ছবিখনে সমূহ দৰ্শকৰ হৃদয়ত এক ঠাই গঢ়ি তুলিছিল। ছবিখনৰ অনস্ক্ৰীণ কাহিনী যিমান মজবুত আছিল তাৰ সমান্তৰালকৈ