rupaliparda.com
এটা কোঠা; চাৰিজন শিল্পীঃ "কোৱাৰেন্টাইন" ত প্ৰস্তুত কৰিলে অসমীয়া ছবি "দেউতা"- | Rupaliparda.com
প্ৰৱল ইচ্ছা শক্তিয়ে কি কৰিব নোৱাৰে? দৃঢ় প্ৰতিজ্ঞ আৰু কোনো বিষয়ত থকা প্ৰবল ইচ্ছা শক্তিৰ ফলত যে সকলো বিষয় সম্ভৱ সেয়া প্ৰমাণ কৰি দেখুৱালে অসমৰে এগৰাকী পৰিচালকে।