rupaliparda.com
বাকী আছিল "একচন চিকুৱেল": "ৰঘুপতি" ক লৈ শংকিত কলা-কুশলীঃ | Rupaliparda.com
চলিত বৰ্ষত মুক্তি পাবলগীয়া ছবিসমূহৰ ভিতৰত দৰ্শকে অপেক্ষা কৰি থকা উল্লেখনীয় ছবিখন হৈছে "ৰঘুপতি"। মুক্তিৰ পূৰ্বেই ছবিখনক লৈ চাৰিওফালে এক উৎসাহৰ ঢৌ দেখিবলৈ পোৱা