rupaliparda.com
"বলীউডৰ টুলুঙা বস্তুতকৈ উৰ্দ্ধত আছিল ইৰফান"- কংগনা ৰাণাওঁট | Rupaliparda.com
ইৰফান খানৰ মৃত্যুত বি-টাউনৰ সকলো চিলেব্ৰেটী শোকস্তব্ধ হৈ পৰা সমান্তৰালকৈ অভিনেতা গৰাকীৰ সৈতে কটোৱা সময়ক মনত পেলাই বিভিন্ন পোষ্ট শ্বেয়াৰ কৰাও দেখিবলৈ পোৱা