rupaliparda.com
আকৌ এবাৰ আচুৰ্য্য বৰপাত্ৰৰ জনপ্ৰিয়তাঃ মুক্তি পালে "পাৰা যদি হোৱানা মোৰ"- | Rupaliparda.com
মুক্তি পালে বিগত বহু দিনৰ পৰা চচিয়েল মিডিয়াত খলকনি লগোৱা আচুৰ্য্য বৰপাত্ৰৰ এটি গীত। "পাৰা যদি হোৱানা মোৰ" শীৰ্ষক এই গীতটিৰ মুক্তি পালে লিৰিকেল ভিডিঅ"।