rupaliparda.com
মুক্তি পালে পাপনৰ কন্ঠৰে "ব্ৰহ্মাই আদি কৰি"- | Rupaliparda.com
এইবাৰ দৰ্শকক ভক্তিৰসৰ পান কৰোৱালে অংগৰাগ পাপন মহন্তই। ৫০০ বছৰ পূৰণি কিছু সংখ্যক বৰগীতক লৈ তেওঁৰ কন্ঠৰেই মুক্তিপ্ৰাপ্ত "বৰগীত ঘোষা" ৰ প্ৰথমটো সংস্কৰণত