rupaliparda.com
গুৱাহাটীত উপস্থিত জুবিন গাৰ্গঃ ৫ টা দিনৰ যাত্ৰাৰ অন্তত গুৱাহাটীত হাৰ্টথ্ৰৱ- | Rupaliparda.com
ইতিমধ্যে গুৱাহাটী পালেহি হাৰ্টথ্ৰৱ জুবিন গাৰ্গ, পত্নী গৰিমা লগতে তেওঁলোকৰ দুই সতীৰ্থ। চলিত মাহৰ ৮ তাৰিখে মুম্বাইৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল কন্ঠশিল্পী গৰাকীয়ে;