rupaliparda.com
"আমি যিবোৰ গীত শুনি ডাঙৰ হৈছো; তেনে গীত বৰ্তমান পাবলৈ কঠিন হৈ পৰিছে"- পিংকি মেধি | Rupaliparda.com
সংস্কৃতিৰ এক অংশ মাজুলীতেই আছে। মাজুলী বুলি ক'লে সকলোৰে মনত এক অজান শিহৰণে ভূমুকি মাৰে। সৰুৰে পৰাই মাজুলীৰ প্ৰতিটো সংস্কৃতিৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত হৈ থাকে