rupaliparda.com
এইবেলি "ব'হাগ" ৰ ন-ৰূপঃ | Rupaliparda.com
এইবাৰ ব'হাগ মাহে এলাগী কৰিলে অসমীয়াক। এইবাৰ ব'হাগত নাছিল কোনো উলহ-মালহ ও দৈ-চিৰাৰ গোন্ধ। কুলি-কেতেকী মাতেও এইবাৰ আনিব পৰা নাছিল জনসাধাৰণৰ মনলৈ প্ৰশান্তি।