rupaliparda.com
নীল আকাশ ও সুবাসনা দত্তৰ যুঁটীয়া কন্ঠৰে "মৰম বাঢ়ে"- | Rupaliparda.com
বহু অপেক্ষাৰ অন্তত অৱেশষত মুক্তি লাভ কৰিলে সুবাসনা দত্ত তথা নীল আকাশৰ গীত "মৰম বাঢ়ে"। বহু দিনৰ পৰাই উক্ত গীতটিক লৈ অপেক্ষাৰত হৈ আছিল তেওঁলোকৰ বহু অনুৰাগী।