rupaliparda.com
জনপ্ৰিয় ঘোষক মনীষ পলৰ দ্বাৰা নিৰ্মিত চুটি ছবি "What If"- অমিতাভ বচ্চনেও কৰিলে প্ৰশংসাঃ | Rupaliparda.com
হিন্দী টিভি জগতৰ জনপ্ৰিয় ঘোষক মনীষ পলে "লক-ডাউন" ৰ সময়খিনিৰ সদ্ ব্যৱহাৰ কৰি বাসগৃহতেই থাকি নিৰ্মাণ কৰি উলিয়াইছে এখন চুটি ছবি। ছবিখনৰ নাম হৈছে "What If"। ৭