rupaliparda.com
অভিশ্ৰুতি বেজবৰুৱাৰ কন্ঠৰে "আমি হ'মেই সফল"- অসম পুলিচক ব্যতিক্ৰমী কৃতজ্ঞতা জ্ঞাপনঃ | Rupaliparda.com
"ক'ভিড ১৯" য়ে অনা এনে বিভীষিকাময় পৰিস্থিতিৰ মাজতো অসমৰ প্ৰশাসন ব্যৱস্থা লগতে চিকিৎসক সকলে সক্ৰিয় অংশীদাৰ ৰূপে উপস্থিত থাকি পৰিস্থিতিটোৰ সৈতে মোকাবিলা কৰিছে।