rupaliparda.com
অসমীয়া "ঢোলৰ যাদুকৰ", যিয়ে শৰীৰৰ প্ৰতিটো অংগৰে বজাইছিল ঢোলঃ নাম "মঘাই ওজা"- | Rupaliparda.com
অসমৰ এজন জনপ্ৰিয় ঢোল বাদক, লোকশিল্পী তথা সাংস্কৃতিক কৰ্মী হৈছে মঘাই বৰুৱা; যাক পিছলৈ "মঘাই ওজা" অথবা "ঢোলৰ যাদুকৰ" নামেৰে নামাকৰণ কৰা হয়। ঢোল বাদনৰ জৰিয়তে