rupaliparda.com
ঋত্বিক ৰোশনৰ "কৃষ ৪" ত থাকিব "যাদু"- | Rupaliparda.com
ঋত্বিক ৰোশন অভিনীত "কৃষ" ছবিখনৰ প্ৰত্যেকটা সংস্কৰণেই আছিল জনসাধাৰণৰ বাবে উপভোগ্য। দৰ্শকে ঋত্বিক ৰোশনক "চুপাৰহিৰো" চৰিত্ৰত পচন্দও কৰা দেখিবলৈ পোৱা গৈছিল।