rupaliparda.com
"লক-ডাউন" ৰ বিৰক্তি ও খেলি-মেলিৰে সৌৰভ মহন্তৰ চুটি ছবি "NECTAR (আশাৰ সোপান)"- | Rupaliparda.com
অসমীয়া ও ৰাষ্ট্ৰীয় ক্ষেত্ৰত খ্যাতনামা সংগীত পৰিচালক সৌৰভ মহন্তৰ পৰিচালনাৰে নিৰ্মিত উক্ত চুটি ছবিখনত বৰ্তমান সময়ৰ এক জীঁয়া কাহিনীক উপস্থাপন কৰা হৈছে।