rupaliparda.com
"লক-ডাউন" ৰ মাজতেই প্ৰিয়ংকা ভৰালী-অনুৰাগ শইকীয়াৰ ন-গীত "লুকা-ভাকু"- | Rupaliparda.com
"লক-ডাউনে" আগভেঁটি ধৰিলেও নিজস্ব বাট নিৰ্মাণ কৰিছে মনোৰঞ্জন ক্ষেত্ৰখনে। জনসাধাৰণ আগবাঢ়িব নোৱাৰিলেও তেওঁলোকৰ কাষলৈ আহিছে মনোৰঞ্জন ক্ষেত্ৰখনৰ বিভিন্নটা বিষয়।