rupaliparda.com
অসমীয়া গীতক আধুনিকতাৰে সজোৱা জিতুল সোণোৱালঃ | Rupaliparda.com
অসমীয়া সংগীত ক্ষেত্ৰখন চহকী কৰি তুলিবলৈ বিভিন্ন জন শিল্পীয়ে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। ড° ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰি খগেন মহন্ত, জয়ন্ত হাজৰিকা আদিৰ