rupaliparda.com
"বন্দী" য়ে লগাইছে খলকনিঃ অৰূপজ্যোতি বৰুৱাৰ সৃষ্টিত আকৌ উৎফুল্লিত অনুৰাগী- | Rupaliparda.com
কিছুদিন পূৰ্বে "বন্দী" শীৰ্ষক এটি গীতে খলকনিৰ সৃষ্টি কৰিছিল সচেতন মহলত। গীতটিত কন্ঠদান কৰা কন্ঠশিল্পী অৰূপজ্যোতি বৰুৱাৰ নামটোও চৰ্চা লাভ কৰিছিল একাংশৰ মুখত।