rupaliparda.com
ৱাজিদ খানৰ মৃত্যুঃ শোকস্তব্ধ বলীউড- | Rupaliparda.com
চলিত বৰ্ষটো বলীউডৰ বাবেই বেয়া ৰূপে পৰিগণিত হৈ পৰিছে। ইজনৰ পিছত সিজন শিল্পীৰ মৃত্যুত মৰ্মাহত হৈ পৰিছে বলীউড। সংগীত ক্ষেত্ৰখনৰ সাজিদ-ৱাজিদ এক জনপ্ৰিয় নাম;