rupaliparda.com
"সাত ঘাতৰ চেঙেলী", "মধুলগন" কে ধৰি কেইবাটাও গীতৰ সফল সংগীত পৰিচালক পল্লৱ তালুকদাৰঃ | Rupaliparda.com
অসমীয়া সংগীত ক্ষেত্ৰখনত বৰ্তমান প্ৰায়ে শুনিবলৈ পোৱা নামটো হৈছে সংগীত পৰিচালক পল্লৱ তালুকদাৰৰ। শেহতীয়াকৈ মুক্তি লাভ কৰা তেওঁৰ দুটি গীত ক্ৰমে "ব'হাগ" ও "মধুলগন"