rupaliparda.com
"সংগীত মোৰ বাবে একপ্ৰকাৰৰ ধ্যান; যাক কৰি মই নিজৰ আত্মাক শান্তি দিব পাৰে"- আশুতোষ মহাদেৱ ফুকন | Rupaliparda.com
সন্ধিয়া সময়ত নামঘৰ অথবা গোঁসাইঘৰৰ আগত বহি মাতৃ অথবা আইতাৰ লগত কেতিয়াবা প্ৰাৰ্থনা গাই পাইছেনে? আচলতে, প্ৰত্যেকেই জীৱনত এবাৰ হ'লেও এনেদৰে প্ৰাৰ্থনা গোৱা অনুভূতি