rupaliparda.com
পৰিৱেশক লৈ সক্ৰিয় হৈ পৰিছে অসমীয়া অভিনেতা-অভিনেত্ৰীঃ | Rupaliparda.com
আজি বিশ্ব পৰিৱেশ দিৱস। সৰুৰ পৰাই আজিৰ দিনটোতেই গছ পুলি ৰুবলৈ শিকোৱা হৈছিল প্ৰত্যেককে; আৰু এই একেটা নিয়ম প্ৰতিটো বছৰত পালন কৰে জনসাধাৰণে। প্ৰকৃতিৰ সৈতে সদায়